Posts

ভাৰ্চুৱেল (Virtual) কাৰ্যনিৰ্বাহক সভাৰ বিৱৰণ:

Image
ভাৰ্চুৱেল (Virtual) কাৰ্যনিৰ্বাহক সভা: ৭ জুলাই ২০২০ সভাৰ বিৱৰণ: দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র-ছাত্ৰী সংস্হাৰ প্ৰথমখন ভাৰ্চুৱেল (Virtual) কাৰ্যনিৰ্বাহক সভাৰ Google Meet ত ৭ জুলাই ২০২০ তাৰিখ মঙ্গলবাৰে সন্ধ্যা ৭বাজি ৩০ মিনিটৰ পৰা অনুষ্ঠিত কৰা হয়। সভাৰ আৰম্ভণিতে পদ্মশ্রী বঁটাৰে বিভূষিতা সাহিত্যিক তথা দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা শীলা বৰঠাকুৰ বাইদেউৰ দেহাৱসানত সংস্হাই গভীৰ শোক প্রকাশ কৰে। সংস্থাৰ সভাপতি শ্রীযুত হেমন্ত কুমাৰ বৰুৱাদেৱে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক ড০ মনোজ কুমাৰ হাজৰিকাই। তেখেতে বৰ্তমানৰ কভিড-১৯ৰ লক-ডাউনৰ পৰিস্থিতিৰ লগত খাপখোৱাই ছাত্র-ছাত্ৰী সকলৰ বৌধিক আৰু মানসিক বিকাশৰ লগতে স্বনিৰ্ভৰশীল হ'ব পৰাকৈ এলানি ৱেবিনাৰ (webinar) আয়োজন কৰাৰ বাবে আৰু লগতে বাৰ্ষিক সাধাৰণ সভা আৰু Alumni Day অনুষ্ঠিত কৰাৰ ওপৰত আলোচনা কৰাৰ বাবে উক্ত সভাখনৰ আহ্বান কৰা হৈছে বুলি জানিবলৈ দিয়ে। সভাত সৰ্বসন্মতি মৰ্মে তলৰ সিদ্ধান্ত সমূহ লোৱা হয়: ১) কভিড-১৯ ৰ  দুৰ্য্যোগ অন্ত পৰা পাচতহে সাধাৰণ সভাখন আৰু এলুমিনি দিৱস অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Webinar-I on “ Coping with Covid-19 related Stress as a Student”

Image
Webinar-I on “ Coping with Covid-19 related Stress as a Student” ৱেবিনাৰ–I: ক’ভিড-১৯ৰ পৰা উদ্ভৱ হ’ব পৰা ছাত্ৰ-ছাত্ৰীৰ মানসিক চাপ Registration Link: https://docs.google.com/forms/d/e/1FAIpQLSc8i8L8WNqo5iqEh_DXaMyVPmbxVkqUSk20Ha9NZ-dVSxox2Q/viewform?vc=0&c=0&w=1

1st Virtual Executive Meeting

Image
Invitation:   An Online Executive Meeting of Darrang College Alumni Association is organised on 7th July 2020 at 7:30 PM in  'Google Meet' due to Covid-19 Pandemic. The Agenda of the meeting is to discuss 'Webinar' in different  topics which will be benefiting  our out-going students to become self-reliance. All the executive members of the association are cordially invited to attend the meeting in 'Google Meet'. Kindly download the 'Google Meet" App from PlayStore in your mobile ( but it is not required for computer ) Dr. Manoj Kumar Hazarika General Secretary DCAA